"নেটৱৰ্ক বিচাৰি স্কেন কৰিব পৰা নাই" "নাই" "ছেভ কৰি থোৱা নেটৱৰ্কসমূহ" "সংযোগ বিচ্ছিন্ন" "নিষ্ক্ৰিয় হৈ আছে" "IP কনফিগাৰেশ্বন বিফল হৈছে" "নিম্নমানৰ নেটৱৰ্কৰ বাবে সংযোগ কৰা হোৱা নাই" "ৱাই-ফাই সংযোগ বিফল হৈছে" "সত্য়াপন কৰাত সমস্যা হৈছে" "সংযোগ কৰিব নোৱাৰে" "\'%1$s\'ৰ সৈতে সংযোগ কৰিব পৰা নাই" "পাছৱৰ্ড পৰীক্ষা কৰি আকৌ চেষ্টা কৰক" "পৰিসৰৰ ভিতৰত নাই" "স্বয়ংক্ৰিয়ভাৱে সংযোগ নহ’ব" "ইণ্টাৰনেট সংযোগ নাই" "%1$sএ ছেভ কৰিছে" "%1$s মাধ্যমেদি স্বয়ংক্ৰিয়ভাৱে সংযোগ কৰা হৈছে" "নেটৱৰ্ক ৰেটিং প্ৰদানকাৰীৰ জৰিয়তে স্বয়ং সংয়োগ কৰা হ’ল" "%1$s-ৰ মাধ্যমেদি সংযোগ কৰা হৈছে" "%1$sৰ জৰিয়তে সংযুক্ত" "%1$sৰ মাধ্যমেৰে উপলব্ধ" "ছাইন আপ কৰিবলৈ টিপক" "ইণ্টাৰনেট সংযোগ নাই" "ব্যক্তিগত DNS ছাৰ্ভাৰ এক্সেছ কৰিব নোৱাৰি" "ইণ্টাৰনেট সংযোগ সীমিত" "ইণ্টাৰনেট সংযোগ নাই" "ছাইন ইন কৰা দৰকাৰী" "একচেছ পইণ্ট কিছু সময়ৰ বাবে পূৰ্ণ হৈ আছে" "%1$sৰ যোগেৰে সংযোজিত" "%1$sৰ মাধ্যমেৰে উপলব্ধ" "%1$s খুলি থকা হৈছে" "সংযোগ কৰিব পৰা নগ’ল" "ছাইন আপ সম্পূৰ্ণ কৰি থকা হৈছে…" "ছাইন আপ সম্পূৰ্ণ কৰিব পৰা নগ’ল। আকৌ চেষ্টা কৰিবলৈ টিপক।" "ছাইন আপ সম্পূৰ্ণ হৈছে সংযোগ কৰি থকা হৈছে…" "অতি লেহেম" "লেহেমীয়া" "ঠিক" "মধ্যমীয়া" "দ্ৰুত" "অতি দ্ৰুত" "ম্যাদ উকলিছে" "%1$s / %2$s" "সংযোগ বিচ্ছিন্ন কৰা হ’ল" "সংযোগ বিচ্ছিন্ন কৰি থকা হৈছে…" "সংযোগ কৰি থকা হৈছে…" "%1$s সংযোগ কৰা হ’ল" "যোৰা লগোৱা হৈছে…" "সংযোগ কৰা হ’ল (ফ\'ন নাই)%1$s" "সংযোগ কৰা হ’ল (মিডিয়া নাই)%1$s" "সংযোগ কৰা হ’ল (বাৰ্তাত প্ৰৱেশাধিকাৰ নাই)%1$s" "সংযোগ কৰা হ’ল (কোনো ফ\'ন বা মিডিয়া নাই)%1$s" "সংযোগ কৰা হ’ল, বেটাৰিৰ স্তৰ %1$s%2$s" "সংযোগ কৰা হ’ল (ফ\'ন নাই), বেটাৰিৰ স্তৰ %1$s%2$s" "সংযোগ কৰা হ’ল (মিডিয়া নাই), বেটাৰিৰ স্তৰ %1$s%2$s" "সংযোগ কৰা হ’ল (কোনো ফ\'ন বা মিডিয়া নাই), বেটাৰিৰ স্তৰ %1$s%2$s" "সক্ৰিয়, %1$s বেটাৰি" "সক্ৰিয়, L: %1$s বেটাৰি, R: %2$s বেটাৰি" "%1$s বেটাৰি" "L: %1$s বেটাৰি, R: %2$s বেটাৰি" "সক্ৰিয়" "মিডিয়াৰ অডিঅ’" "ফ\'ন কলসমূহ" "ফাইল স্থানান্তৰণ" "ইনপুট ডিভাইচ" "ইণ্টাৰনেট সংযোগ" "শ্বেয়াৰিঙৰ সৈতে যোগাযোগ কৰক" "সম্পৰ্ক শ্বেয়াৰ কৰিবলৈ ব্যৱহাৰ কৰক" "ইণ্টাৰনেট সংযোগ শ্বেয়াৰ" "পাঠ বাৰ্তা" "ছিম প্ৰৱেশ" "এইচ্ছডি অডি\'অ: %1$s" "এইচ্ছডি অডিঅ’" "শ্ৰৱণ যন্ত্ৰ" "শ্ৰৱণ যন্ত্ৰলৈ সংযোগ কৰা হৈছে" "মিডিয়া অডিঅ’লৈ সংযোগ হৈছে" "ফ’ন অডিঅ\'ৰ লগত সংযোগ কৰা হ’ল" "ফাইল ট্ৰান্সফাৰ ছাৰ্ভাৰৰ সৈতে সংযোজিত হৈ আছে" "মেপৰ সৈতে সংযোগ কৰক" "SAPৰ সৈতে সংযোজিত হৈ আছে" "ফাইল স্থানান্তৰণ ছাৰ্ভাৰৰ সৈতে সংযোজিত হৈ থকা নাই" "ইনপুট ডিভাইচৰ সৈতে সংযোজিত হৈ আছে" "ইণ্টাৰনেটৰ বাবে ডিভাইচৰ সৈতে সংযোজিত" "ডিভাইচৰ সৈতে স্থানীয় ইণ্টাৰনেট সংযোগ শ্বেয়াৰ কৰা হৈছে" "ইণ্টাৰনেট চলাবলৈ ব্যৱহাৰ কৰক" "মেপৰ বাবে ব্যৱহাৰ কৰক" "ছিমত প্ৰৱেশৰ বাবে ব্যৱহাৰ কৰক" "মিডিয়া অডিঅ\'ৰ বাবে ব্যৱহাৰ কৰক" "ফ\'ন অডিঅ\'ৰ বাবে ব্যৱহাৰ কৰক" "ফাইল স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ কৰক" "ইনপুটৰ বাবে ব্যৱহাৰ কৰক" "শ্ৰৱণ যন্ত্ৰৰ বাবে ব্যৱহাৰ কৰক" "যোৰা লগাওক" "যোৰা লগাওক" "বাতিল কৰক" "যোৰা লগালে ইয়ে সংযোজিত কৰাৰ সময়ত আপোনাৰ সম্পৰ্কসমূহ আৰু কলৰ ইতিহাস চাবলৈ অনুমতি দিব।" "%1$sৰ সৈতে যোৰা লগাব পৰা নগ\'ল৷" "এটা ভুল পিন বা পাছকীৰ কাৰণে %1$sৰ সৈতে যোৰা লগাব পৰা নাই৷" "%1$sৰ সৈতে যোগাযোগ কৰিব পৰা নগ\'ল" "%1$sএ যোৰা লগাব বিচৰা নাই" "কম্পিউটাৰ" "হেডছেট" "ফ\'ন" "ইমেজিং" "হেডফ\'ন" "ইনপুট সম্পৰ্কীয় বাহ্য় ডিভাইচ" "ব্লুটুথ" "বাওঁফালৰ শ্ৰৱণ যন্ত্ৰটো যোৰ পতোৱা হৈছে…" "সোঁফালৰ শ্ৰৱণ যন্ত্ৰটো যোৰ পতোৱা হৈছে…" "%1$s বেটাৰি বাকী আছে" "সোঁ - বেটাৰি %1$s" "ৱাই-ফাই অফ হৈ আছে।" "ৱাইফাই সংযোগ বিচ্ছিন্ন হৈ আছে।" "ৱাই-ফাই এদাল দণ্ড।" "ৱাই-ফাইৰ দুডাল দণ্ড।" "ৱাই-ফাইৰ তিনিডাল দণ্ড।" "ৱাই-ফাই সংকেত সৰ্বোচ্চ।" "মুক্ত নেটৱৰ্ক" "সুৰক্ষিত নেটৱৰ্ক" "Android OS" "আঁতৰোৱা এপ্‌সমূহ" "আঁতৰোৱা এপ্‌ আৰু ব্যৱহাৰকাৰীসমূহ" "ছিষ্টেম আপডে’ট" "ইউএছবি টেডাৰিং" "প\'ৰ্টেবল হটস্পট" "ব্লুটুথ টেডাৰিং" "টেডাৰ কৰি থকা হৈছে" "টেডাৰিং আৰু প\'ৰ্টেবল হটস্পট" "কৰ্মস্থানৰ সকলো এপ" "অতিথি" "অজ্ঞাত" "ব্যৱহাৰকাৰী: %1$s" "কিছুমান ডিফ\'ল্ট ছেট কৰা হৈছে" "কোনো ডিফ\'ল্ট ছেট কৰা হোৱা নাই" "পাঠৰ পৰা কথনৰ ছেটিংসমূহ" "পাঠৰ পৰা কথনৰ আউটপুট" "কথা কোৱাৰ হাৰ" "পাঠ কথনৰ বেগ" "পিচ্চ" "সংশ্লেষিত কথনৰ সুৰক প্ৰভাৱিত কৰে" "ভাষা" "ছিষ্টেমৰ ভাষা ব্যৱহাৰ কৰক" "ভাষা বাছনি কৰা হোৱা নাই" "কথিত পাঠৰ বাবে ভাষা-নিৰ্দিষ্ট কণ্ঠস্বৰ ছেট কৰে" "এটা উদাহৰণ মাতি শুনোৱা শুনক" "কণ্ঠস্বৰ সংশ্লেষণৰ এটা চুটি উদাহৰণ দেখুৱাওক" "ভইচ ডেটা ইনষ্টল কৰক" "কণ্ঠস্বৰ সংশ্লেষণৰ বাবে দৰকাৰী ভইচ ডেটা ইনষ্টল কৰক" "এই কণ্ঠধ্বনি সংশ্লেষক ইঞ্জিনটোৱে কথিত ব্যক্তিগত ডেটা যেনে পাছৱৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ নম্বৰ আদিকে ধৰি সকলো পাঠ সংগ্ৰহ কৰবলৈ সক্ষম হ\'ব পাৰে। ই %s ইঞ্জিনটোৰ লগত আহিছে। এই কণ্ঠধ্বনি সংশ্লেষক ইঞ্জিনটো সক্ষম কৰিবনে?" "পাঠৰ পৰা কথন আউটপুটৰ বাবে এই ভাষাটোক এক কৰ্মক্ষম নেটৱৰ্ক সংযোগৰ দৰকাৰ।" "কথনভংগী সংশ্লেষণৰ ই এটা উদাহৰণ" "ভাষাৰ ডিফ\'ল্ট স্থিতি" "%1$s সম্পূৰ্ণৰূপে সমৰ্থিত" "%1$sক নেটৱৰ্ক সংযোগৰ দৰকাৰ" "%1$s সমৰ্থিত নহয়" "পৰীক্ষা কৰি থকা হৈছে…" "%sৰ বাবে ছেটিংসমূহ" "ইঞ্জিনৰ ছেটিংসমূহ লঞ্চ কৰক" "অগ্ৰাধিকাৰপ্ৰাপ্ত ইঞ্জিন" "সাধাৰণ" "কথনভংগী তীব্ৰতা ৰিছেট কৰক" "পাঠ উচ্চাৰণৰ স্বৰ-তীব্ৰতা ৰিছেট কৰক যিটো ডিফ\'ল্ট হিচাপে ব্যৱহাৰ কৰা হ\'ব।" "অতি লেহেম" "লেহেমীয়া" "সাধাৰণ" "দ্ৰুত" "দ্ৰুত" "অতি দ্ৰুত" "দ্ৰুত" "অতি দ্ৰুত" "দ্ৰুততম" "প্ৰ’ফাইল বাছনি কৰক" "ব্যক্তিগত" "কৰ্মস্থান-সম্পৰ্কীয়" "বিকাশকৰ্তাৰ বিকল্পসমূহ" "বিকাশকৰ্তা বিষয়ক বিকল্পসমূহ সক্ষম কৰক" "এপৰ বিকাশৰ বাবে বিকল্পসমূহ ছেট কৰক" "এইজন ব্যৱহাৰকাৰীৰ বাবে বিকাশকৰ্তাৰ বিকল্পসমূহ উপলব্ধ নহয়" "ভিপিএন ছেটিংসমূহ এই ব্যৱহাৰকাৰীজনৰ বাবে উপলব্ধ নহয়" "এই ব্যৱহাৰকাৰীৰ বাবে টেডাৰিং ছেটিংসমূহ উপলব্ধ নহয়" "এই ব্যৱহাৰকাৰীৰ বাবে একচেছ পইণ্টৰ নাম ছেটিংসমূহ উপলব্ধ নহয়" "ইউএছবি ডিবাগিং" "ইউএছবি সংযোগ হৈ থকাৰ অৱস্থাত ডিবাগ ম\'ড" "ইউএছবি ডিবাগিং অনুমতিসমূহ প্ৰত্যাহাৰ কৰক" "ৱায়াৰলেচ ডি\'বাগিং" "ৱাই-ফাই সংযোজিত হৈ থকা সময়ত ডিবাগ ম’ড" "আসোঁৱাহ" "ৱায়াৰলেচ ডি\'বাগিং" "উপলব্ধ ডিভাইচসমূহ চাবলৈ আৰু ব্যৱহাৰ কৰিবলৈ, ৱায়াৰলেচ ডি\'বাগিং অন কৰক" "কিউআৰ ক’ডৰ জৰিয়তে ডিভাইচ পেয়াৰ কৰক" "কিউআৰ ক’ড স্কেনাৰ ব্যৱহাৰ কৰি নতুন ডিভাইচসমূহ পেয়াৰ কৰক" "পেয়াৰ কৰা ক’ডৰ জৰিয়তে ডিভাইচ পেয়াৰ কৰক" "ছটা অংকৰ ক’ড ব্যৱহাৰ কৰি নতুন ডিভাইচসমূহ পেয়াৰ কৰক" "পেয়াৰ কৰি থোৱা ডিভাইচসমূহ" "সম্প্ৰতি সংযোজিত হৈ আছে" "ডিভাইচটোৰ সবিশেষ" "পাহৰক" "ডিভাইচৰ ফিংগাৰপ্ৰিণ্ট: %1$s" "সংযোগ কৰিব পৰা নগ’ল" "%1$sটো শুদ্ধ নেটৱৰ্কৰ সৈতে সংযোগ কৰাটো নিশ্চিত কৰক" "ডিভাইচৰ সৈতে পেয়াৰ কৰক" "ৱাই-ফাইৰ পেয়াৰ কৰা ক’ড" "পেয়াৰ কৰিব পৰা নগ’ল" "ডিভাইচটো একেটা নেটৱৰ্কৰ সৈতে সংযোগ কৰাটো নিশ্চিত কৰক।" "এটা কিউআৰ ক’ড স্কেন কৰি ৱাই-ফাইৰে ডিভাইচ পেয়াৰ কৰক" "ডিভাইচ পেয়াৰ কৰি থকা হৈছে…" "ডিভাইচটো পেয়াৰ কৰিব পৰা নগ’ল। কিউআৰ ক’ডটো ভুল অথবা ডিভাইচটো একেটা নেটৱৰ্কৰ সৈতে সংযোগ কৰা হোৱা নাই।" "আইপি ঠিকনা & প’ৰ্ট" "কিউআৰ ক’ড স্কেন কৰক" "এটা কিউআৰ ক’ড স্কেন কৰি ৱাই-ফাইৰে ডিভাইচ পেয়াৰ কৰক" "অনুগ্ৰহ কৰি এটা ৱাই-ফাই নেটৱর্কলৈ সংযোগ কৰক" "adb, ডিবাগ, dev" "বাগ ৰিপৰ্টৰ শ্ৱৰ্টকাট" "পাৱাৰ মেনুত বাগ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ এটা বুটাম দেখুৱাওক" "জাগ্ৰত কৰি ৰাখক" "চ্চাৰ্জ হৈ থকাৰ সময়ত স্ক্ৰীণ কেতিয়াও সুপ্ত অৱস্থালৈ নাযায়" "ব্লুটুথ HCI স্নুপ ল’গ সক্ষম কৰক" "ব্লুটুথ পেকেট সংগ্ৰহ কৰক। (এই ছেটিংটো সলনি কৰাৰ পিছত ব্লুটুথ ট’গল কৰক)" "ঔইএম আনলক" "বুটল\'ডাৰটো আনলক কৰিবলৈ অনুমতি দিয়ক" "ঔইএম আনলক কৰাৰ অনুমতি দিবনে?" "সাৱধান: এই ছেটিংটো সক্ষম কৰি থাকোতে ডিভাইচৰ সুৰক্ষা সুবিধাসমূহে কাম নকৰিব।" "নকল অৱস্থানৰ এপ্ বাছনি কৰক" "কোনো নকল অৱস্থান এপ্ নিৰ্ধাৰণ কৰা হোৱা নাই" "নকল অৱস্থানৰ এপ্: %1$s" "নেটৱৰ্কিং" "বেতাঁৰ ডিছপ্লে’ প্ৰমাণীকৰণ" "ৱাই-ফাই ভাৰ্ব\'ছ লগিং সক্ষম কৰক" "ৱাই-ফাই স্কেনৰ নিয়ন্ত্ৰণ" "ৱাই-ফাই বৰ্ধিত MAC যাদৃচ্ছিকীকৰণ" "ম’বাইল ডেটা সদা-সক্ৰিয়" "টেডাৰিং হাৰ্ডৱেৰ ত্বৰণ" "নামবিহীন ব্লুটুথ ডিভাইচসমূহ দেখুৱাওক" "পূৰ্ণ মাত্ৰাৰ ভলিউম অক্ষম কৰক" "Gabeldorsche সক্ষম কৰক" "উন্নত সংযোগ" "ব্লুটুথ AVRCP সংস্কৰণ" "ব্লুটুথ AVRCP সংস্কৰণ বাছনি কৰক" "ব্লুটুথ MAP সংস্কৰণ" "ব্লুটুথ MAP সংস্কৰণ বাছনি কৰক" "ব্লুটুথ অডিঅ’ ক’ডেক" "ব্লুটুথ অডিঅ\' ক\'ডেকৰ বাছনি\nআৰম্ভ কৰক" "ব্লুটুথ অডিঅ\' ছেম্পল ৰেইট" "ব্লুটুথ অডিঅ\' LDAC বাছনি\nআৰম্ভ কৰক: নমুনাৰ হাৰ" "ধোঁৱাবৰণীয়া হৈ থকা মানে এয়া ফ’ন অথবা হেডছেটটোৱে সমৰ্থন নকৰে" "প্ৰতি ছেম্পলত ব্লুটুথ অডিঅ\' বিটসমূহ" "ব্লুটুথ অডিঅ\' ক\'ডেকৰ বাছনি\nআৰম্ভ কৰক: প্ৰতি নমুনা ইমান বিট" "ব্লুটুথ অডিঅ\' চ্চেনেল ম\'ড" "ব্লুটুথ অডিঅ\' ক\'ডেকৰ বাছনি\nআৰম্ভ কৰক: চ্চেনেল ম\'ড" "ব্লুটুথ অডিঅ’ LDAC ক’ডেক: পৰিৱেশনৰ মান" "ব্লুটুথ অডিঅ\' LDAC\nক\'ডেক বাছনি আৰম্ভ কৰক: প্লেবেকৰ গুণগত মান" "ষ্ট্ৰীম কৰি থকা হৈছে: %1$s" "ব্যক্তিগত DNS" "ব্যক্তিগত DNS ম\'ড বাছনি কৰক" "অফ" "স্বয়ংক্ৰিয়" "ব্যক্তিগত ডিএনএছ প্ৰদানকাৰীৰ হোষ্টনাম" "ডিএনএছ সেৱা যোগানকাৰীৰ হ\'ষ্টনাম দিয়ক" "সংযোগ কৰিব পৰা নগ\'ল" "বেতাঁৰ ডিছপ্লে’ প্ৰমাণপত্ৰৰ বাবে বিকল্পসমূহ দেখুৱাওক" "ৱাই-ফাই লগিঙৰ মাত্ৰা বঢ়াওক, Wi‑Fi পিকাৰত প্ৰতি SSID RSSI দেখুৱাওক" "বেটাৰীৰ খৰচ কমায় আৰু নেটৱৰ্কৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে" "এই ম\'ডটো সক্ষম কৰিলে, এই ডিভাইচটোৱে MAC যাদৃচ্ছিকীকৰণ সক্ষম কৰি থোৱা কোনো নেটৱর্কত প্ৰতিবাৰ সংযোগ হোৱাৰ সময়ত ইয়াৰ MAC ঠিকনাটো সলনি হ\'ব পাৰে।" "নিৰিখ-নিৰ্দিষ্ট" "নিৰিখ অনিৰ্দিষ্ট" "লগাৰৰ বাফাৰৰ আকাৰ" "প্ৰতিটো লগ বাফাৰত ল\'গাৰৰ আকাৰ বাছনি কৰক" "লগাৰৰ স্থায়ী সঞ্চয়াগাৰৰ বস্তুবোৰ মচিবনে?" "পাৰ্ছিছটেণ্ট লগাৰ ব্যৱহাৰ কৰ নিৰীক্ষণ নকৰাৰ সময়ত, আমি আপোনাৰ ডিভাইচত থকা লগাৰ ডেটা নিৱাসীক মচা দৰকাৰ।" "ডিভাইচটোত লগাৰৰ ডেটা নিৰবচ্ছিন্নভাৱে সঞ্চয় কৰক" "ডিভাইচত স্থায়ীভাৱে সঞ্চয় কৰিবলৈ লগ বাফাৰবোৰ বাছনি কৰক" "ইউএছবি কনফিগাৰেশ্বন বাছনি কৰক" "ইউএছবি কনফিগাৰেশ্বন বাছনি কৰক" "নকল অৱস্থানৰ অনুমতি দিয়ক" "নকল অৱস্থানৰ অনুমতি দিয়ক" "দৃশ্যৰ গুণাগুণ নিৰীক্ষণ সক্ষম কৰক" "ৱাই-ফাই থকা সময়তো সদায় ম’বাইল ডেটা সক্ৰিয় ৰাখক (খৰতকীয়াকৈ নেটৱৰ্ক সলনি কৰিবৰ বাবে)।" "যদিহে উপলব্ধ হয় তেন্তে টেডাৰিং হাৰ্ডৱেৰ ত্বৰণ ব্যৱহাৰ কৰক" "ইউএছবি ডিবাগিঙৰ অনুমতি দিয়েনে?" "ইউএছবি ডিবাগ কৰা কাৰ্য কেৱল বিকাশৰ উদ্দেশ্যৰেহে কৰা হৈছে৷ আপোনাৰ কম্পিউটাৰ আৰু আপোনাৰ ডিভাইচৰ মাজত ডেটা প্ৰতিলিপি কৰিবলৈ এইটো ব্যৱহাৰ কৰক, কোনো জাননী নিদিয়াকৈয়ে আপোনাৰ ডিভাইচত এপ্‌সমূহ ইনষ্টল কৰক আৰু লগ ডেটা পঢ়ক৷" "ৱায়াৰলেচ ডি\'বাগিংৰ অনুমতি দিবনে?" "ৱায়াৰলেচ ডি\'বাগিং কেৱল বিকাশৰ উদ্দেশ্যেৰে কৰা হয়। আপোনাৰ কম্পিউটাৰ আৰু আপোনাৰ ডিভাইচৰ মাজত ডেটা প্ৰতিলিপি কৰিবলৈ, কোনো জাননী নিদিয়াকৈয়ে আপোনাৰ ডিভাইচত এপ্‌সমূহ ইনষ্টল কৰিবলৈ আৰু লগ ডেটা পঢ়িবলৈ এইটো ব্যৱহাৰ কৰক।" "আপুনি আগতে ইউএছবি ডিবাগিঙৰ বাবে প্ৰৱেশৰ অনুমতি দিয়া সকলো কম্পিউটাৰৰ পৰা সেই অনুমতি প্ৰত্যাহাৰ কৰেনে?" "বিকাশৰ কামৰ বাবে থকা ছেটিংবিলাকক অনুমতি দিবনে?" "এই ছেটিংসমূহ বিকাশৰ কামত ব্যৱহাৰ কৰিবলৈ তৈয়াৰ কৰা হৈছে। সেইবিলাকে আপোনাৰ ডিভাইচ আৰু তাত থকা এপ্লিকেশ্বনসমূহক অকামিলা কৰি পেলাব পাৰে আৰু সেইবিলাকৰ কাৰণে এপ্লিকেশ্বনসমূহে অদ্ভুত আচৰণ কৰিব পাৰে।" "ইউএছবিৰ যোগেৰে এপৰ সত্যাপন কৰক" "ADB/ADTৰ যোগেৰে ইনষ্টল কৰা এপসমূহে কিবা ক্ষতিকাৰক আচৰণ কৰিছে নেকি পৰীক্ষা কৰক।" "নামহীন ব্লুটুথ ডিভাইচসমূহ (মাত্ৰ MAC ঠিকনাযুক্ত) দেখুওৱা হ\'ব" "ৰিম\'ট ডিভাইচবিলাকৰ সৈতে ভলিউম সম্পৰ্কীয় সমস্যা, যেনেকৈ অতি উচ্চ ভলিউম বা নিয়ন্ত্ৰণ কৰিবই নোৱাৰা অৱস্থাত ব্লুটুথৰ পূৰ্ণ ভলিউম সুবিধা অক্ষম কৰে।" "ব্লুটুথ Gabeldorche সুবিধাৰ সমষ্টিটো সক্ষম কৰে।" "উন্নত সংযোগ সুবিধাটো সক্ষম কৰে।" "স্থানীয় টাৰ্মিনেল" "স্থানীয় শ্বেল প্ৰৱেশাধিকাৰ দিয়া টাৰ্মিনেল এপ্ সক্ষম কৰক" "HDCP পৰীক্ষণ" "HDCP পৰীক্ষণ আচৰণ ছেট কৰক" "ডিবাগিং" "ডিবাগ এপ্ বাছনি কৰক" "কোনো ডিবাগ এপ্লিকেশ্বন ছেট কৰা হোৱা নাই" "ডিবাগিং এপ্লিকেশ্বন: %1$s" "এপ্লিকেশ্বন বাছনি কৰক" "একোৱেই নাই" "ডিবাগাৰৰ বাবে অপেক্ষা কৰক" "ডিবাগ কৰা এপ্লিকেশ্বনবোৰে কাৰ্য ৰূপায়ণ কৰাৰ আগতে ডিবাগাৰ সংলগ্ন হোৱা কাৰ্যলৈ অপেক্ষা কৰে" "ইনপুট" "অংকন" "হাৰ্ডৱেৰৰদ্বাৰা ত্বৰিত ৰেণ্ডাৰিং" "মিডিয়া" "নিৰীক্ষণ কৰি থকা হৈছে" "কঠোৰ ম’ড সক্ষম কৰা হৈছে" "যেতিয়া এপসমূহে মুখ্য থ্ৰেডত দীঘলীয়া কাৰ্যকলাপ চলাই, তেতিয়া স্ক্ৰীণ ফ্লাশ্ব কৰক" "পইণ্টাৰৰ অৱস্থান" "চলিত স্পৰ্শ-বিষয়ক তথ্যসহ স্ক্ৰীণ অভাৰলে\'" "টেপসমূহ দেখুৱাওক" "টিপিলে দৃশ্যায়িত ফীডবেক দিয়ক" "পৃষ্ঠভাগৰ আপডেইট দেখুৱাওক" "আপডেইট হওতে গোটেই ৱিণ্ড পৃষ্ঠসমূহ ফ্লাশ্ব কৰক" "আপডে’ট চাওক দেখুৱাওক" "অঁকাৰ সময়ত ৱিণ্ড\'ৰ ভিতৰত ফ্লাশ্ব দৰ্শন" "হাৰ্ডৱেৰৰ তৰপৰ আপডেইট দেখুৱাওক" "হাৰ্ডৱেৰ লেয়াৰ আপডেইট হওতে সিঁহতক সেউজীয়া ৰঙেৰে ফ্লাশ্ব কৰক" "GPU অভাৰড্ৰ ডিবাগ কৰক" "HW অ’ভাৰলে অক্ষম কৰক" "স্ক্ৰীণ কম্প’জিট কৰাৰ বাবে সদায় জিপিইউ ব্যৱহাৰ কৰক" "ৰঙৰ ঠাই ছিমিউলেইট কৰক" "OpenGL ট্ৰেছ সক্ষম কৰক" "ইউএছবি অডিঅ\' ৰাউটিং অক্ষম কৰক" "স্বয়ংক্ৰিয়ভাৱে ইউএছবি ধ্বনিৰ আনুষংগিক আহিলাবিলাকলৈ ৰাউটিং কৰাটো অক্ষম কৰক" "লেআউটৰ সময় দেখুৱাওক" "ক্লিপ বাউণ্ড, মাৰ্জিন আদিসমূহ দেখুৱাওক" "আৰটিএল চানেকিৰ দিশ বলেৰে সলনি কৰক" "সকলো ভাষাৰ বাবে স্ক্ৰীণৰ চানেকিৰ দিশ RTLলৈ বলেৰে সলনি কৰক" "বল ৪গুণ MSAA" "OpenGL ES 2.0 এপত ৪গুণ MSAA সক্ষম কৰক" "আয়তাকৃতিৰ নোহোৱা ক্লিপ প্ৰক্ৰিয়াসমূহ ডিবাগ কৰক" "প্ৰ\'ফাইল HWUI ৰেণ্ডাৰিং" "জিপিইউ ডিবাগ স্তৰবোৰ সক্ষম কৰক" "ডিবাগ এপসমূহৰ বাবে জিপিইউ ডিবাগ তৰপ ল\'ড কৰিবলৈ অনুমতি দিয়ক" "বিক্ৰেতাৰ ভাৰ্ব’ছ লগিং সক্ষম কৰক" "বাগ ৰিপ’ৰ্টসমূহত অতিৰিক্ত ডিভাইচ নিৰ্দিষ্ট বিক্ৰেতাৰ লগসমূহ অন্তৰ্ভুক্ত কৰক, য’ত ব্যক্তিগত তথ্য থাকিব পাৰে, যি অধিক বেটাৰী আৰু/অথবা ষ্ট’ৰেজ ব্যৱহাৰ কৰিব পাৰে।" "ৱিণ্ড\' এনিমেশ্বন স্কেল" "ট্ৰাঞ্জিশ্বন এনিমেশ্বন স্কেল" "এনিমেটৰ কালদৈৰ্ঘ্য স্কেল" "গৌণ প্ৰদৰ্শনৰ নকল বনাওক" "এপসমূহ" "কাৰ্যকলাপসমূহ নাৰাখিব" "ব্যৱহাৰকাৰী ওলোৱাৰ লগে লগে সকলো কাৰ্যকলাপ মচক" "নেপথ্যত চলা প্ৰক্ৰিয়াৰ সীমা" "নেপথ্য এএনআৰবোৰ দেখুৱাওক" "নেপথ্য এপসমূহৰ বাবে এপে সঁহাৰি দিয়া নাই ডায়ল\'গ প্ৰদৰ্শন কৰক" "জাননী চ্চেনেলৰ সকীয়নিসমূহ দেখুৱাওক" "কোনো এপে বৈধ চ্চেনেল নোহোৱাকৈ কোনো জাননী প\'ষ্ট কৰিলে স্ক্ৰীণত সকীয়নি প্ৰদৰ্শন হয়" "বাহ্যিক সঞ্চয়াগাৰত এপক বলেৰে অনুমতি দিয়ক" "মেনিফেষ্টৰ মান যিয়েই নহওক, বাহ্যিক সঞ্চয়াগাৰত লিখিবলৈ যিকোনো এপক উপযুক্ত কৰি তোলে" "বলেৰে কাৰ্যকলাপসমূহৰ আকাৰ সলনি কৰিব পৰা কৰক" "মেনিফেষ্টৰ মান যিয়েই নহওক, মাল্টি-ৱিণ্ডৰ বাবে সকলো কাৰ্যকলাপৰ আকাৰ সলনি কৰিব পৰা কৰক।" "ফ্ৰিফৰ্ম ৱিণ্ড\'জ সক্ষম কৰক" "পৰীক্ষামূলক ফ্ৰী-ফৰ্ম ৱিণ্ড’বোৰৰ বাবে সহায়তা সক্ষম কৰক৷" "ডেস্কটপ বেকআপ পাছৱৰ্ড" "ডেস্কটপৰ পূৰ্ণ বেকআপ এতিয়ালৈকে সংৰক্ষিত অৱস্থাত নাই" "ডেস্কটপ সম্পূৰ্ণ বেকআপৰ বাবে পাছৱৰ্ডটো সলনি কৰিবলৈ বা আঁতৰাবলৈ টিপক" "নতুন বেকআপ পাছৱৰ্ড ছেট কৰা হ’ল" "নতুন পাছৱৰ্ডটোৰ লগত নিশ্চিত কৰা পাছৱৰ্ডটো মিলা নাই" "বেকআপ পাছৱৰ্ড নিৰ্ধাৰণ কৰিব পৰা নহ\'ল" "ল’ড হৈ আছে…" "জীৱন্ত (ডিফ\'ল্ট)" "প্ৰাকৃতিক" "মানক" "বৰ্ধিত ৰং" "চকুৱে দেখা পোৱা ধৰণৰ প্ৰাকৃতিক ৰং" "ডিজিটেল সমলৰ বাবে ৰং অপ্টিমাইজ কৰা হৈছে" "ষ্টেণ্ডবাইত থকা এপসমূহ" "নিষ্ক্ৰিয়। ট\'গল কৰিবলৈ টিপক।" "সক্ৰিয়। ট\'গল কৰিবলৈ টিপক।" "এপ্ ষ্টেণ্ডবাই অৱস্থাত আছে: %s" "চলিত সেৱা" "বৰ্তমান চলি থকা সেৱাসমূহ চাওক আৰু নিয়ন্ত্ৰণ কৰক" "ৱেবভিউ প্ৰয়োগ" "ৱেবভিউ প্ৰয়োগ ছেট কৰক" "বাছনিটো এতিয়া আৰু মান্য় নহয়। আকৌ চেষ্টা কৰক।" "ফাইল এনক্ৰিপশ্বন কৰিবলৈ ৰূপান্তৰ কৰক" "ৰূপান্তৰ কৰক…" "ফাইল ইতিমধ্যে এনক্ৰিপ্ট কৰা হৈছে" "ফাইল-ভিত্তিক এনক্ৰিপশ্বনলৈ ৰূপান্তৰ কৰা হৈছে" "ডেটা বিভাজনক ফাইল ভিত্তিক এনক্ৰিপশ্বনলৈ সলনি কৰক।\n !!সাৱধান!! ই আপোনাৰ সকলো ডেটা মচিব।\n এই সুবিধাটো আলফা পৰীক্ষণ অৱস্থাত আছে গতিকে ই সঠিকভাৱে কাম নকৰিব পাৰে।\n অব্যাহত ৰাখিবলৈ \'মচক আৰু ৰূপান্তৰ কৰক…\' দবাওক।" "মচক আৰু ৰূপান্তৰ কৰক…" "চিত্ৰৰ ৰং ম’ড" "এছআৰজিবি ব্যৱহাৰ কৰক" "নিষ্ক্ৰিয় হৈ আছে" "ম\'ন\'ক্ৰ\'মেচী" "ডিউটাৰএন\'মেলী (ৰঙা-সেউজীয়া)" "প্ৰ’টানোমালি (ৰঙা-সেউজীয়া)" "ট্ৰাইটান\'মেলী (নীলা-হালধীয়া)" "ৰং শুধৰণী" "ৰং শুধৰণি সুবিধাটোৰে আপোনাক আপোনাৰ ডিভাইচত ৰংবোৰ কেনেকৈ প্ৰদর্শন কৰা হয় সেয়া মিলাবলৈ দিয়ে" "%1$sৰ দ্বাৰা অগ্ৰাহ্য কৰা হৈছে" "%1$s - %2$s" "প্রায় %1$s বাকী আছে" "প্রায় %1$s বাকী আছে (%2$s)" "আপোনাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি প্ৰায় %1$s বাকী আছে" "আপোনাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি প্রায় %1$s বাকী আছে (%2$s)" "আপোনাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বেটাৰি আনুমানিকভাৱে %1$s লৈকে চলিব (%2$s)" "আপোনাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বেটাৰি আনুমানিকভাৱে %1$s লৈকে চলিব" "বেটাৰি আনুমানিকভাৱে %1$s লৈকে চলিব (%2$s)" "বেটাৰি আনুমানিকভাৱে %1$s লৈকে চলিব" "%1$s পৰ্যন্ত" "%1$sৰ ভিতৰত বেটাৰী শেষ হ\'ব পাৰে" "%1$sতকৈ কম বাকী আছে" "%1$sতকৈ কম বাকী আছে (%2$s)" "%1$sতকৈ বেছি বাকী আছে (%2$s)" "%1$sতকৈ বেছি বাকী আছে" "ফ’নটো সোনকালে বন্ধ হৈ যাব পাৰে" "টেবলেটটো সোনকালে বন্ধ হৈ যাব পাৰে" "ডিভাইচটো সোনকালে বন্ধ হৈ যাব পাৰে" "ফ’নটো সোনকালে বন্ধ হৈ যাব পাৰে (%1$s)" "টেবলেটটো সোনকালে বন্ধ হৈ যাব পাৰে (%1$s)" "ডিভাইচটো সোনকালে বন্ধ হৈ যাব পাৰে (%1$s)" "%1$s - %2$s" "চাৰ্জ হ’বলৈ %1$s বাকী আছে" "%1$s - %2$s চাৰ্জ হ\'বলৈ" "অজ্ঞাত" "চাৰ্জ কৰি থকা হৈছে" "দ্ৰুততাৰে চাৰ্জ হৈছে" "লাহে লাহে চাৰ্জ হৈছে" "চ্চাৰ্জ কৰা নাই" "প্লাগ কৰি থোৱা হৈছে, এই মুহূৰ্তত চ্চাৰ্জ কৰিব নোৱাৰি" "পূৰ্ণ" "এডমিনৰ দ্বাৰা নিয়ন্ত্ৰিত" "নিষ্ক্ৰিয়" "অনুমতি দিয়া হৈছে" "অনুমতি দিয়া হোৱা নাই" "অজ্ঞাত এপ্ ইনষ্টল কৰক" "ছেটিংসমূহৰ গৃহপৃষ্ঠা" "০%" "৫০%" "১০০%" "%1$s আগত" "%1$s বাকী আছে" "সৰু" "ডিফ’ল্ট" "ডাঙৰ" "বৃহত্তৰ" "সকলোতকৈ ডাঙৰ" "নিজৰ উপযোগিতা অনুযায়ী (%d)" "মেনু" "ডেম’ ম\'ডত ফেক্টৰী ৰিছেট কৰিবলৈ পাছৱৰ্ড দিয়ক" "পৰৱৰ্তী" "পাছৱৰ্ড দৰকাৰী" "সক্ৰিয়হৈ থকা ইনপুট পদ্ধতিসমূহ" "ছিষ্টেমৰ ভাষা ব্যৱহাৰ কৰক" "%1$sৰ ছেটিংবিলাক খুলিব পৰা নগ\'ল" "এই ইনপুট পদ্ধতিটোৱে আপুনি টাইপ কৰা আপোনাৰ ব্যক্তিগত ডেটা যেনে পাছৱৰ্ডসমূহ আৰু ক্ৰেডিট কাৰ্ডৰ নম্বৰসমূহকে ধৰি সকলো পাঠ সংগ্ৰহ কৰিবলৈ সক্ষম হ\'ব পাৰে। %1$s এপটোৰ লগত ই সংলগ্ন। এই ইনপুট পদ্ধতিটো ব্যৱহাৰ কৰেনে?" "টোকা: ৰিবুট কৰাৰ পিছত আপুনি ফ\'নটো আনলক নকৰালৈকে এই এপটো ষ্টাৰ্ট নহ’ব" "আইএমএছ পঞ্জীয়ন স্থিতি" "পঞ্জীকৃত" "পঞ্জীকৃত নহয়" "উপলব্ধ নহয়" "MAC ক্ৰমানুসৰি ছেট কৰা হোৱা নাই" %1$dটা ডিভাইচ সংযোগ হ’ল %1$dটা ডিভাইচ সংযোগ হ’ল "অধিক সময়।" "কম সময়।" "বাতিল কৰক" "ঠিক" "অন কৰক" "অসুবিধা নিদিব অন কৰক" "কেতিয়াও নহয়" "কেৱল গুৰুত্বপূৰ্ণ" "%1$s. %2$s" "আপুনি আপোনাৰ পিছৰটো এলাৰ্ম %1$s বজাত শুনা নাপাব যদিহে তাৰ আগতে আপুনি এইটো অফ নকৰে" "আপুনি আপোনাৰ পিছৰটো এলাৰ্ম %1$s বজাত শুনা নাপাব" "%1$s বজাত" "%1$s বজাত" "সময়সীমা" "প্ৰতিবাৰতে সোধক" "আপুনি অফ নকৰা পর্যন্ত" "এই মাত্ৰ" "ফ’নৰ স্পীকাৰ" "সংযোগ হোৱাত সমস্যা হৈছে। ডিভাইচটো অফ কৰি পুনৰ অন কৰক" "তাঁৰযুক্ত অডিঅ’ ডিভাইচ" "সহায় আৰু মতামত" "ষ্ট’ৰেজ" "শ্বেয়াৰ কৰা ডেটা" "শ্বেয়াৰ কৰা ডেটা চাওক আৰু সংশোধন কৰক" "এই ব্যৱহাৰকাৰীজনৰ বাবে কোনো শ্বেয়াৰ কৰা ডেটা নাই।" "শ্বেয়াৰ কৰা ডেটা আহৰণ কৰোঁতে আসোঁৱাহ হৈছে। পুনৰ চেষ্টা কৰক।" "শ্বেয়াৰ কৰা ডেটাৰ আইডি: %d" "%sত ম্যাদ উকলিব" "শ্বেয়াৰ কৰা ডেটা মচোঁতে আসোঁৱাহ হৈছে।" "শ্বেয়াৰ কৰা এই ডেটাখিনিৰ বাবে কোনো লীজ লোৱা হোৱা নাই। আপুনি ইয়াক মচিবনে?" "ডেটা শ্বেয়াৰ কৰা এপ্‌সমূহ" "এপ্‌টোৱে কোনো বিৱৰণ দিয়া নাই।" "%sত লীজৰ ম্যাদ উকলিব" "শ্বেয়াৰ কৰা ডেটা মচক" "আপুনি এই শ্বেয়াৰ কৰা ডেটাখিনি মচিব বিচৰাটো নিশ্চিতনে?" "ব্যৱহাৰকাৰীসকলৰ নিজৰ এপ্ আৰু সমল থাকে" "আপুনি নিজৰ একাউণ্টৰ পৰা এপ্ আৰু সমল চোৱা সুবিধাটো সীমাবদ্ধ কৰিব পাৰে" "ব্যৱহাৰকাৰী" "সীমিত প্ৰ\'ফাইল" "নতুন ব্যৱহাৰকাৰী যোগ কৰিবনে?" "আপুনি অতিৰিক্ত ব্য়ৱহাৰকাৰীক যোগ কৰি এই ডিভাইচটো অন্য় ব্য়ক্তিৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। প্ৰতিজন ব্য়ৱহাৰকাৰীৰ বাবে নিজাকৈ ঠাই আছে যাক তেওঁলোকে এপ্, ৱালপেপাৰ আৰু অন্য়ান্য় বস্তুৰ বাবে নিজৰ উপযোগিতা অনুযায়ী ব্য়ৱহাৰ কৰিব পাৰে। ব্য়ৱহাৰকাৰীসকলে সকলোকে প্ৰভাৱান্বিত কৰা ৱাই-ফাইৰ নিচিনা ডিভাইচৰ ছেটিংসমূহ সাল-সলনি কৰিবও পাৰে।\n\nআপুনি যেতিয়া কোনো নতুন ব্য়ৱহাৰকাৰীক যোগ কৰে সেই ব্য়ক্তিজনে নিজেই নিজৰ বাবে ঠাই ছেট আপ কৰিব লাগিব।\n\nসকলো ব্য়ৱহাৰকাৰীএ অন্য় ব্য়ৱহাৰকাৰীৰ বাবে এপসমূহ আপডে’ট কৰিব পাৰে। সাধ্য় সুবিধাসমূহৰ ছেটিং আৰু সেৱাসমূহ নতুন ব্য়ৱহাৰকাৰীলৈ স্থানান্তৰ নহ\'বও পাৰে।" "আপুনি যেতিয়া এজন নতুন ব্যৱহাৰকাৰী যোগ কৰে, তেওঁ নিজৰ ঠাই ছেট আপ কৰা প্ৰয়োজন।\n\nযিকোনো ব্যৱহাৰকাৰীয়ে সকলো ব্যৱহাৰকাৰীৰ বাবে এপ্ আপডেইট কৰিব পাৰে।" "ব্যৱহাৰকাৰী এতিয়া ছেট আপ কৰিবনে?" "ডিভাইচটো লৈ নিজৰ ঠাই ছেটআপ কৰিবলৈ নতুন ব্যৱহাৰকাৰী উপলব্ধ থকাটো নিশ্চিত কৰক" "এতিয়া প্ৰ\'ফাইল ছেট আপ কৰিবনে?" "এতিয়াই ছেট আপ কৰক" "এতিয়া নহয়" "যোগ কৰক" "নতুন ব্যৱহাৰকাৰী" "নতুন প্ৰ\'ফাইল" "ব্যৱহাৰকাৰীৰ তথ্য" "প্ৰ\'ফাইলৰ তথ্য" "আপুনি সীমিত প্ৰ\'ফাইল এটা সৃষ্টি কৰাৰ আগেয়ে, আপোনাৰ ব্যক্তিগত ডেটা আৰু এপবিলাকক সুৰক্ষিত কৰিবলৈ স্ক্ৰীণ লক এটা নিৰ্ধাৰণ কৰিব লাগিব।" "লক ছেট কৰক" "%sলৈ সলনি কৰক" "অতিথি যোগ কৰক" "অতিথি আঁতৰাওক" "অতিথি" "ডিভাইচ ডিফ’ল্ট" "অক্ষম কৰা আছে" "সক্ষম কৰা আছে" "এই সলনিটো কার্যকৰী হ’বলৈ আপোনাৰ ডিভাইচটো ৰিবুট কৰিবই লাগিব। এতিয়াই ৰিবুট কৰক অথবা বাতিল কৰক।" "তাঁৰযুক্ত হেডফ\'ন"